দেউতা মাথোঁ এটি শব্দ নহয়
মোক পোহৰাই তোলা এটি সূৰ্য্য ;
যাৰ পৰশত সজীৱ হৈ উঠে
মোৰ আশা , মোৰ সপোন ।
নিজৰ সপোন জলাঞ্জলি দি 

মোৰ সপোনক দিঠক কৰা জনে হৈছে দেউতা। 

এখনি বুকুত মাজত নিস্বাৰ্থ  ভাৱে

 স্থান দিব পৰা জনে হৈছে দেউতা।

   

                          

 মিনাক্ষী ডেকা ,  Budrukuchi