বৰষুন 

  তুমি নামি আহা…. 

 এজাক কিন-কিনিয়া বৰষুন হৈ 

  টিটিবলৈ দিয়া মোক তোমাৰ 

 মৰমৰ বৰষুন জাকত 

 তুমি বৈ যোৱা মোৰ বুকুৱেদি…..!! 

  এসাগৰ মৰম নদি হৈ…. 

   যেনেকৈ তোমাৰ হেপাহ 

তেনেকৈ এ বৈ যোৱা তুমি 

  মাথো সদায় থাকা যেন তোমি 

 মোৰ কাষতে ৰৈ…..!!

    চকুত চকুত পৰি মাথু এপলক দৃষ্টি 

  বুকুতে বাঁহ লয়, 

  ক্ষন্তেকতে এক অনাবিল সৃষ্টি 

  ধাৰাষাৰে নামি আছে,

  এজাক বৃষ্টি...!! 

 তিতিবলৈ মন যায়...!! 

  এয়াই প্ৰেমৰ তুষ্টি...!! 

----দিপু শইকীয়া ,নগাঁও